Contact us

10 Days Special Summer Music camp-2021

গ্ৰীষ্মকালীন বিশেষ সংগীত প্ৰশিক্ষণ শিবিৰ-২০২১

30 learners enrolled

Language: Assamese

Instructors: Kabin Das, Hemen Das, Gitanjali Gayan, Mukut Das

$59 50.85% OFF

$29

PREVIEW

গ্ৰীষ্মকালীন বিশেষ সংগীত প্ৰশিক্ষণ শিবিৰ-২০২১

'একাডেমি অৱ খোলবাদ্য'ৰ উদ্যোগত আৰু 'সুৰ-সাথী'ৰ সহযোগত গ্ৰীষ্মকালীন এক বিশেষ সংগীত প্ৰশিক্ষণ শিবিৰত সুযোগ পাব নমস্য শিল্পীসকলৰ বিৰচিত চিৰ-যুগমীয়া গীতবোৰ শিকাৰ:

 

● অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ গীত,

● পুৰোধা শিল্পী পুৰুষোত্তম দাস দেৱৰ গীত আৰু

● লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা দেৱৰ গীত।
 

কৰ্মশালাত যোগদান কৰি আপুনি কি পাব?

  • নমস্য শিল্পীসকলৰ বিৰচিত চিৰ যুগমীয়া গীতবোৰ শিকাৰ সুযোগ
  • প্ৰতিষ্ঠিত শিল্পীসকলৰ দ্বাৰা প্ৰামাণিক প্ৰশিক্ষণ
  • সকলো বোৰ গীতৰ স্বীকৃত মানক স্বৰলিপি PDF Document
  • সঠিক স্বৰ-প্ৰয়োগ, শুদ্ধ উচ্চাৰণ, গোৱাৰ কায়দা
  • গীতবোৰত ব্যৱহৃত তাল সমূহ
     

বিশিষ্ট প্ৰশিক্ষক মণ্ডলী:

  • শ্ৰীযুত হেমেন দাস, শ্ৰীযুতা গীতাঞ্জলি গায়ন (সংগীত প্ৰশিক্ষক, বিশিষ্ট কণ্ঠ সংগীত শিল্পী, অসম, AIR, TV স্বীকৃতিপ্ৰাপ্ত)
  • শ্ৰীযুত কবিন দাস (সংগীত প্ৰশিক্ষক, বিশিষ্ট কণ্ঠ সংগীত শিল্পী, অসম, AIR, TV স্বীকৃতিপ্ৰাপ্ত)
  • শ্ৰীযুত মুকুট দাস (সংগীত প্ৰশিক্ষক, জ্যেষ্ঠ কণ্ঠ সংগীত শিল্পী, অসম, সভাপতি, ওস্তাদ খগেন্দ্ৰ নাথ দাস সংগীত একাডেমি, বৰপেটা
     
তাৰিখ: ১০ জুলাই - ১৯ জুলাই, ২০২১ ইং
সময়: প্ৰতি সন্ধিয়া ৬-৭ বজালৈ
মাধ্যম: ZOOM Meetings Platform

Course Curriculum

How to Use

After successful purchase, this item would be added to your courses.You can access your courses in the following ways :

  • From the computer, you can access your courses after successful login
  • For other devices, you can access your library using this web app through browser of your device.

Reviews